ৰঙামাটি সৰিয়হ খেতি

  • 2 years ago
নমস্কাৰ বন্ধু বান্ধবী সকল আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চ্যনেল teaching Time Assamত, চ্যনেল টুত যদি প্ৰথম বাৰ আহিছে অনুগ্ৰহ কৰি চ্যনেল টু সাবস্ক্রাইব কৰি যাব, এই ভিডিও টু মই ৰেকৰ্ড কৰিছো ৰঙামাটিত, আপোনালোকেও আহক ৰঙামাটি লৈ আৰু ফটো উঠি যাওক, ইয়াৰে মানুহ খিনিয়ে বহুত ডাঙৰ কৈ সৰিয়হ খেতি কৰিছে, ইয়াত আহি মোৰ মনটু বহুত ভাল লাগিল, আপোনালোকেও আহক আপোনালোকৰো মনটু ভাল লাগিব, ধন্যবাদ

Category

🏖
Travel

Recommended