কাজিৰঙা: কাজিৰঙাত আৰম্ভ হৈছে ষষ্ঠ সংখ্যক পক্ষী গণনা । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাঁচটা বনাঞ্চলৰ শতাধিক বিল আৰু জলাশয়ত আৰম্ভ হয় ষষ্ঠ বিভাগীয় পক্ষী গণনা । এই গণনাত আৰ্দ্ৰভুমিৰ ওপৰত নিৰ্ভৰশীল জলাশয় পক্ষীৰ লগতে জলাশয়ৰ ওপৰত নিৰ্ভৰশীল বাকীবোৰ পক্ষীৰ প্ৰজাতিৰো গণনা কৰা হয় । অসমৰ বিভিন্ন স্থানৰ অভিজ্ঞ পক্ষী নিৰীক্ষক আৰু বন বিষয়াকে মুঠ ৪৮ গৰাকী গণনাকাৰীয়ে প্ৰথম দিনা পক্ষী গননাত অংশগ্ৰহণ কৰে । ৰাষ্ট্ৰীয় উদ্যানখনত ১১ তাৰিখে পুৱাৰে পৰা পক্ষী গণনা আৰম্ভ হয় । সুচাৰুৰূপে সম্পন্ন হোৱা গণনাৰ আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ লাওখোৱা বুঢ়াচাপৰিত ষষ্ঠ সংখ্যক পক্ষী গণনা সম্পন্ন হ'ব বুলি বিভাগীয় সুত্ৰত প্ৰকাশ কৰে । আনহাতে বিগত বৰ্ষৰ গণনাৰ সময়ত পোৱা গৈছিল ১০ টা দুৰ্লভ আৰু বিলুপ্তিপ্ৰায় পক্ষী । ইয়াৰে ভিতৰত Gul billed Turn দেশৰ ভিতৰত প্ৰথম দেখা পোৱা গৈছিল কাজিৰঙাত আৰু এইবাৰৰ গণনাতো তেনে কিছু দুৰ্লভ পক্ষী দেখা পোৱাৰ আশা কৰিছে স্থানীয় টুৰিষ্ট গাইড সকলে ।লগতে পঢ়ক: পঞ্চম জলচৰ পক্ষী গণনা প্ৰক্ৰিয়া আৰম্ভ - KAZIRANGA NATIONAL PARKপৰিভ্ৰমী পক্ষীৰে জাতিষ্কাৰ লাওঁখোৱা, বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য - Samaguri News
Category
🗞
NewsTranscript
00:00Yes, I have been working on it for three to four years now.
00:03I have been working on it for six years now.
00:08I have been working on it for three days now.
00:13I hope it will be successful.
00:14I have a lot of workers here.
00:17Even though the number of workers is low, I have been working on it for a year.
00:21I have been working on it so that the number of workers can increase.
00:28I hope that the number of workers will continue to increase.
00:32I have three divisions of the employment department.
00:36I will start work on my employment after the employment department is finished.
00:38I have been working in the employment department.
00:40The number of workers here is very good.
00:43I'm working on many projects that require workers.
00:47I have a small shop where I sell different products.
00:49I have a small shop where I sell different products.
00:50I sell basic goods for my customers.
00:54I also have a shop for small motorbikes.
00:57There is a reddish-yellow colour, grey-legged goose, black-eyed ibis, and a variety of other species.
01:15In the beginning, you have done a lot of research.
01:18You have given a lot of information about the local species.
01:24There is a water bird of different species.
01:29This water bird has kept an eye on us.
01:34It is very curious.
01:38I think it will be very interesting to meet you.
01:42Thank you very much.