• 2 days ago
হাফলং: উমৰাংছ' তিনি কিলো কলামাটিত অসম কয়লা খনিত দুৰ্ঘটনাত নিহত শ্ৰমিকসকলৰ পৰিয়ালক আজি উমৰাংছ'ত ৰাজ্য চৰকাৰৰ ফালৰ পৰা ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে ৰাজ্যৰ খনি মন্ত্ৰী কৌশিক ৰায়ে । শনিবাৰে বিয়লি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা আৰু ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ উপস্থিতত এই চেক বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে ।চেক বিতৰণ কৰি মন্ত্ৰী কৌশিক ৰায়ে কয়,"যোৱা দুই দিন আগতে মৰিগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত মৰ্মে আজি মৃত চাৰিজন শ্ৰমিকৰ পৰিয়ালক মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা ৬ লাখ টকা আৰু ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা ৪ লাখ টকাকৈ সৰ্বমুঠ ১০ লাখ টকা প্ৰদান কৰা হয় আৰু বাকী সন্ধানহীন ৫ জন শ্ৰমিকৰ পৰিয়ালক মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা ৬ লাখ টকা প্ৰদান কৰা হয় । বাকী ৪ লাখ টকা পিচত প্ৰদান কৰা হ'ব ।"  মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত লগতে কয়,"মৃত শ্ৰমিকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰি তেওঁলোকৰ ক্ষতিপূৰণ কৰা সম্ভৱ নহয় । কিন্তু এই শ্ৰমিকসকলৰ পৰিয়াল ভালদৰে চলাৰ বাবে এই আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে । সন্ধানহীন ৫ গৰাকী শ্ৰমিকৰ উদ্ধাৰৰ চেষ্টা এতিয়া অব্যাহত আছে বৰ্তমানে প্ৰতিদিনে ১ হাজাৰ কোটি লিটাৰ পানী নিষ্কাষণ কৰা হৈছে ।"লগতে পঢ়ক: উমৰাংছ'ৰ কয়লা খনিত বাজিছে মৃত্যুঘন্টা; বৰ্তমানেও আবদ্ধ ৫ শ্ৰমিক - ASSAM MINING TRAGEDY

Category

🗞
News
Transcript
00:00The government is not allowing me to see my husband so I am not allowed to see him.
00:07The government is not allowing me to see my husband so I have to call him.
00:15I have two sons. I have a son who is married.
00:22I have two sons and he is married.
00:26The government has issued an I.O.
00:29The B.I.D.O.
00:32Her name is Monita Burman
00:35Her husband's name is Sharpa Burman
00:37She has two sons
00:39Two of them are married
00:41The other one got married
00:43That's why the government has issued an I.O.
00:47The government should make an announcement
00:50They shouldn't do this
00:52They should send the dead body
00:54What was supposed to happen has happened
00:58But the government has issued an I.O.
01:03I think it's a good thing
01:06But this shouldn't happen in the future
01:11And secondly
01:13We got the cheque today
01:15We got the money
01:16But there is no happiness in this
01:18We have given our lives for this
01:20For this, I want to say
01:23Her wife and son
01:27They are two months old
01:28The government has to do something for their future
01:31That's why I am old
01:33I am 54 years old
01:36I am married to my family
01:39How old are you?
01:40He is my younger son-in-law
01:43What's your name?
01:44Lijan Magar
01:45We are here today
01:47On 6th January
01:49At Kalamati Umbrang Sujai
01:51Nine people were missing
01:56I am here to inform you
01:59Five people are missing
02:01Chief Minister Dr. Himanta Biswa Sharma Dangoria
02:04Two days ago
02:06There was a cabinet meeting in Morigaon
02:09The government has given Rs. 10 lakhs for the missing people
02:16Today, I have received Rs. 10 lakhs
02:19For the dead bodies
02:21I have handed over Rs. 100 lakhs to the Chief Minister
02:28And I have handed over Rs. 10 lakhs to Ashdam
02:36There are five missing people
02:42I have handed over Rs. 100 lakhs to the Chief Minister
02:46I am waiting for the dewatering work to be done
02:50I will hand over the remaining Rs. 100 lakhs to the Chief Minister

Recommended