Skip to playerSkip to main contentSkip to footer
  • 2 days ago
মাজুলী: দাৰিদ্ৰতা যে কোনো কাৰণতে শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে তাকেই প্ৰমাণ কৰিলে মাজুলীৰ দক্ষিণপাট নাওশালী গাঁৱৰ এগৰাকী ছাত্ৰ লক্ষ্যজিত শইকীয়াই । দক্ষিণপাট নাওশালী গাঁৱৰ এইগৰাকী ছাত্ৰই আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪টা বিষয়ত লেটাৰসহ ৮২% নম্বৰৰে উত্তীৰ্ণ হৈ নিজৰ পৰিয়ালৰ লগতে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিব সক্ষম হ'ল । এইগৰাকী মেধাৱী ছাত্ৰ লক্ষজিত শইকীয়াৰ পিতৃ পুতুল শইকীয়াই দিন হাজিৰা কৰি নিজৰ পৰিয়াল পোহপাল দি আহিছে ।  আন দহজন ছাত্ৰৰ দৰে এইগৰাকী মেধাৱী ছাত্ৰক পিতৃ-মাতৃয়ে পঢ়িবৰ বাবে ভালদৰে সা-সুবিধা দিব পৰা নাছিল । অতি কষ্টৰে পঢ়া-শুনা কৰা পুত্ৰৰ এই সফলতাই এতিয়া সুখৰ চকুলো বোৱাইছে পিতৃ-মাতৃৰ মুখলৈ । এইগৰাকী মেধাৱী ছাত্ৰৰ মাতৃয়ে জনোৱা মতে অতি কষ্টৰে পঢ়া-শুনা কৰি আজি লক্ষ্যজিতে এই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে । ভৱিষ্যৎ দিনত আগবঢ়াই নিবলৈ যিমান পাৰি চেষ্টা কৰিব বুলি তেওঁ উল্লেখ কৰে । ভৱিষ্যতে এগৰাকী সৎ আৰক্ষী বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে মেধাৱী ছাত্ৰগৰাকীয়ে ।লগতে পঢ়ক: শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কথা মানি চলাটোৱেই প্ৰকৃত মূলমন্ত্ৰ: সপ্তাৰ্শ্ব বৰদলৈ - ASSAM HSLC RESULT 2025ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষ স্থান দখল যোৰহাটৰ আমিশীৰ - ASSAM HSLC RESULT 2025

Category

🗞
News
Transcript
00:00My name is Jalikon. I am at Pabuja. In science, I was at 72 years.
00:11I was on my visit. I was on my visit.
00:15It was about 5 seconds.
00:17I have been here, because it was 8 seconds.
00:19This is what we will call the police.
00:27The police say that they are wrong.
00:31They make the police say so that they came up and live.
00:33We will call them on the call.
00:35We will call them some people.
00:37We will call them on the call.
00:39We will call them the police.
00:44Someone is called by police.
00:48I have no idea how to get into this situation.
00:54I don't know how to get into this situation.
00:58I have no idea what to do.
01:04Bye-bye.

Recommended